সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪
অসমীয়া সাহিত্যৰ চানেকি

কটি তট কনক কাঞ্চি পৰিৰম্ভ।
উৰু কৰিকৰ বৰ মৰকত তম্ভ॥
লম্বি নিতম্ব পীতৰুচি চীৰ।
পদপঙ্কজ ঝবে বহন মঞ্জীৰ॥
নীল অঙ্গুলী যচ চম্পক কোব।
নখচয় চাৰুচন্দ উজোৰ।
কোমল পদতল ৰিকত ভান্তি।
ধ্বজ পঙ্কজ ঘৱ অঙ্কুশ পান্তি॥
পাশ লাস শ্বেত চামৰ ঢোল।
সবে বাজ হংস দোহো কোল॥
মাথে ছত্ৰ চাৰু শশী কান্ত।
বৰিষে সিকৰ অমিয়া নিতান্ত॥
মধুৰি মুৰুতি ভকতমন পূৰ।
মনমথ কোটি যাহে নুহি ওৰ॥
হোই জব নীল নৱঘন খণ্ড।
উপৰে ৰহ ৰবিকৰ পৰচণ্ড॥
পূৰ্ণিমাক চান্দ দুহো দহো পাশ।
তথি কৰু ইন্দ্ৰ চাপ পৰকাশ॥
বহে দুহো ধাৰা সুৰ সৰিনীৰ।
উজুৰি বিজুৰি ৰহত তথি থিৰ
অভিনৱ সুৰ উগত তথি মাঝে।॥
তাহে লম্বি বক পকতি বিৰাজে॥
তাৰা জিক মিক কৰো বহু ঠাম।
তব হোই সোই মুৰুতি উপাম॥
ৰক্ত হৃদি পঙ্কজ সোহি মুৰাৰি।
অব সব লোই দেখু বিচাৰি॥
কোটি কলপ তৰু পূৰণ কাম।
ঐচনই ধৰহে নিজ ঠাম॥
তাহে চৰণ চেত চিন্ত লাই।
তনু চিন্তামণি বিফলহি জাই॥