সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০
অসমীয়া সাহিত্যৰ চানেকি।

হৰিল নয়ন সুখ।
বিৰিন্দাবন বৈৰী হামাৰ ভেলি॥
পেখিতে না বিছাৰোঁ গোপাল কেলি।
ধ্বজবজ্ৰ হৰি পঙ্কজ পায়॥
তথায়ে কান্দোঁ হামু লোটায় কায়।
গুণ গোবিন্দ গায়॥
কৃষ্ণ সূৰ্য্যে বিনে ব্ৰজ আন্ধাৰ।
নেদেখোঁ এদুখ অবধি পাব॥
আৰ কি পেখবো গোপাল প্ৰাণ।
কৃষ্ণ কিঙ্কৰ শঙ্কৰ ভাণ হৰিকো হৃদয়ে জান॥

ৰাগ—কৈল্যাণ।

 উদ্ধৱ বন্ধু মধুপুবী বহল মুৰাৰু।
কাহে নাহেৰি,  বহব অব জীৱন,
 বন ভয়ো ভবন হামাৰু॥ ধ্ৰুং॥
যাহে বিযোগ আগি  তাঙ্গ তাৱয়
 তিল একু বইয়ে নাপাৰি।
সোহি ব্ৰজ সূৰ দূৰ গায়ো গোবিন্দ
 দিশ দশ দিবসে আন্ধাৰি॥
ভয়া মৰণ ওহি সোহি হৰি চৰণকু
 বিছুৰি ৰহয়ে নপায়।
দেখন্ত কালিন্দী গিৰি বিৰিন্দাবন
 তনু মন দহয়ে সদায়॥
ব্ৰজ জন জীৱন বহুৰি নাহি আৱত
 হামাকু কৰত অনাথা।
গোপিণী প্ৰেম  পৰশি নীৰ ঝুৰয়
 শঙ্কৰ কহ গুণ নাথ॥