পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৩
চপয়

আৰকত কৰতল মুনি-মন মোহা।
কনক শলকা আঙ্গুলি কৰু শোহা॥
বন্দুলি নিন্দি অধৰ কৰু কান্তি।
দাড়িম্ব বীজ নিবিড় দন্ত পান্তি॥

ঈষত হাঁস মদন মোহ যাই।
নাসা-তিল ফুল কমলিনী মাই॥
নব যৌবন স্তন বদৰি প্ৰমাণ।
উৰু কবী-কৰ কটি ডমৰুক ঠান॥

পদ পল্লৱ নব পঙ্কজ কান্তি।
চম্পক পাকৰি অঙ্গুলি কৰু পান্তি॥
নখচয় চাৰু চান্দ পৰকাশ।
লহু লহু মত্ত গজ গমন বিলাস॥

কত লাৱণ্য বিধি নিৰমিল জানি।
কোকিল কণ্ঠে অমিয়া ঝুৰে বাণী॥
তুহোঁ সুকুমাৰ ৰূপ নোহে হীন।
ৰাজ কুমাৰীক বয়স নবীন॥

সোহি বৰ ৰমণী ঘৰিণী যব হোই।
অব গৃহ-বাস সফল তব তোই॥
কহলোঁ‌ স্বৰূপ অব বচন শ্ৰীৰাম।
চল অবিলম্ব অব জনকক ঠাম॥

ভাঙ্গহ অজগৰ ধনুক লীলায়ে।
সীতা ভুলিয়ে ভজব তুৱা পাৱে॥
জানি হামু সত্য বাণী বোল।
ডাকি কৰহু নৰ হৰি হৰি ৰোল॥