পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
অসমীয়া সাহিত্যৰ চানেকি


অভিনব তৰুণ মুৰুতি।
কি কহৰ কৃপক বিভূতি॥
গতি গম্ভীৰ মৃগৰাজ।
কটি মদনক হেৰি লাজ॥

তুহোঁ‌ নব তৰুণী প্ৰধান।
সো হৰি নবীন যুবান॥
দুহোঁ‌ এক বয়স সমান।
কয়লি বিধি নিৰমাণ॥

ভুবন নিৰুপম ৰূপ।
শুন ধণী বচন স্বৰূপ॥
যৰ তব পতি সোহি হোই।
সফল জনম তব তোই॥

কহল ভিক্ষুক সব জানি।
কৃষ্ণ কিঙ্কৰ বোল বাণী॥
ত্যজ সামাজিক কাম।
ডাকি বোলহু ৰাম ৰাম॥



কি কহব ৰূপ কুমাৰীক ৰাম।
কনক পুতলী তুল তনু অনুপাম॥
ৰতন তিলক লোল অলক কপোলে।
হেবিয়ে ভ্ৰূভঙ্গ ত্ৰিভুবন ভুলে॥

দেখিয়ে বদন চান্দ ভেলি লাজ।
নয়ন নিৰক্ষি কমল জল মাঝ॥
হেৰিয়ে ভুজ যুগ মিললউ শঙ্ক।
ললিত মৃণাল মজল জল পঙ্ক॥