পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলিয়ে বলে বাপ ৰাম গজাখৰ।.. এটি চাই আছে সীতা জনৰ ধৰ। মিথিলাতে সীতা দেবী আহে ৰাট চাই। নুগলি বিয়া কৰাও বিদাই দিয়া খাই। মাকে বলে থাম তুমি যোৱা শীকৰি। খলুভাজি লৈ আহা জানকী সুন্দৰী। জনক নন্দিনী আই এ, স্বামী বৰিবলৈ ৰাই এ। গন্ধপুপৰ মালা লৈ এ, স্বামীকে বৰি গৈ এ ঐলোক মোহিনী, গজে গামিনী | জনক ৰাজাৰ বালা। সমাজত গৈ | মেত উদয়, ' যেনে চমাৰ কলা। বৰ্গৰ পৰা কিবা, আহিলে উৰ্বশী, কিবা ৰতি তিলোত্তমা। ইএ ইন্দ্ৰাণী, চৰ ৰোহিণী, | কিবা অপেশ্বৰী হেম। কাৰ্যে বিলম্ব নকৰা ৰঘুপতি। গলে মালা দিওঁ ৰাম দিয়া অনুমতি। আখৰৰ ওচৰ চাপিল বৰবালা। সাৰে মাহাত দিলে সুৰৰ মালা। ধৰিলে ৰামক আনৰ নাই পাৰ। চৰণত পড়ি সীত কৰে নমস্কাৰ। বহিলে জানকী গৈ ৰাঘৰৰ কাষে। চৰ লগত যেনে ৰহিণী আকাশে। | . (ঘ) কৃষ্ণকত্ৰিীৰ বিয়া। কণীৰ ৰূপৰ কৰিব কোনে সীমা। সবাই সুখী কন্যা পোশ পড়ি।