পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
:: মি না।

কৈলাৰে পৰা মই কিছু | কৃষত বাহৰত উঠি। আজি বাৰ বছ, বাহি গা ঘোৱা নাই : গোয়ে প্ৰাণ যাই ফুটি শিব আহি পালেহি হেমৱৰ ঘৰ। জাখুন্দা সঙুলিৰে জুৰিলে নগৰ। (গ) ৰাম সীতাৰ বিয়া। লই কৌশল্যা ৰজাৰ মহ.দৈ। শুভক্ষণে যাত্ৰা কৰি যোৱজোৰণ লৈ। আৰু লোৱা মণি লোৱা কুণ্ডল সাতেসৰী। তেল সে ফণি ফালি লোৱা শৰাই ভৰি। অযোধ্যাৰ যত নাৰী জোৰণ লৈ যোৱা। ৰামৰ অলাৰ আজি জানকীক পিন্ধোৱা। কৈকেই ওলোৱা | মমিত্ৰী এলোৱা ওলো ৰামৰেও। জনকৰ জীয়াৰী | জানকী সুৰীক | জোৰ পিন্ধাবলৈ যাও। সীতা সৰু বুলি, কোলেমে কলেহি ৰামৰ লাগি আছে চিন্তা। চিন্তা নকৰিব আমি চাই আহিলে। | তোমাৰ কাণ সমানে সীতা। সীতাক লৈ ৰামচন্দ্ৰ অযোধ্যালৈ যায়। নগৰৰ প্ৰাণৰে বেড়ি বেড়ি চায়। ধনু গতি ৰামচন্ত্ৰে সৗভাক লৈয়া যায়। পৰামে যুদ্ধ কৰে বাটত গে পায়। নকৰ ধৰতে। আছে বড় ধেনু | ৰামৰ লাগি আছে চিন্তা। ' পাৰেীকি নোৱাৰে খেলুকে জি, | বকি নৰ শী।