পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

.: . অসমীয়া সাহিত্যৰ চানেকি। চতিয়াই লইছে, ওলমি পড়িয়ে, | ফুলাম কাপোৰৰে ধৰি। বিমান কি নোলোৱা, ফুলাম বড় কাপোৰ তেও বুঢ়ামুৱা দেখি। বিধি ন পঢ়িৰ নেজানে বাপু কেউ বিধি খন আমালৈ দিয়া। পুৰ পটিম। উতং পিং | সহাই বুলি এখোলা দিয়া। বিধি পঢ়ে বাপু দেৱে মাজে মাজে এনে। | ঘৰত আছে খালৈপেটী তালৈ মনত পৰে। (খ) হৰগৌৰীৰ বিয়া। আগৰ খন ভাৰতে যি যি আনিছ | বড়চৰাৰ মুখতে খোৱ।।। হিমালয়ে আজি কি কাৰ্যে আহিলা হেমন্ত জাক কোৱা। লক্ষী সৰচতী, | দুই গুনী আহিছে হৰে অলঙ্কাৰ লৈ। ওলাই আহা গৌৰী, | পিন্ধাহি সাদী | মেনকাৰ আগতে কৈ॥ অয়ে অলঙ্কাৰে আনিছে শৰাই ভৰাই।। ভিতৰে পৰা, ওলাই অহা গৌৰী লোৱাহি মা কোৱাঁই। গৰু সৰু সৰু পাত টিৰিলিয়া । মাণিক খোশ গুপ্তি লাগে। উল গোলীকে নিদিলি . সূষ্টি ব্যক্তিৰ . ..