পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেক। মইনাই জাত খায়, ককায়েকে চক,

মাহীয়তী পেহীয়তী ঠেৰ তলে যক।

• একাই পানীতে কুহুম ফুল ফুলিছে, | মেলিব নােৱাৰে পাহি। জামাৰে আইটা নিচেই কুমলীয়া, মুখতে মিচিকি হাঁহি। আবেলি বেলিকা, বাটলৈ নোেব। ঘাটতে গধূলি হব। চিলাই থাপে মাৰি, মদাৰত তুলিব, বুঢ়ীমাৰ ৰাঙলী হব । সৰুতে সকম গৰু ৰাখিছিল, সপাই গঙ্গালৈ গলা। মাৰাক পুহিৰৰ একো চিন নেপালো, | বড় হৈ ধিতিজা হল। বাপাৰ বাড়ীৰ মধু সােলে, ছাগে বেঢ়ি খায়। ৰাপাৰ ৰায়েক লীলাৱতী শহুৰিলৈ যায়। নাচ বাই জেতুকী এ হাতে মেলি মেলি নাচ। নাচ বাই জেতুকী এ ভৰি মেলি মেলি নাচ। তয়ে ৰগী ময়ো বগী একে খন বিলৰে মাছ। ১১। ১২।