পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • খাইলাম।

. পাত নাই চোত নাই কিহতকৈ কিম? হালধীয়া চৰায়ে বাও ধান খায়। ' শহৰৰ পুতেকে নাও মেলি যায়। নাৱে বোলে ভুল ভুল, ঠায় বলে ভুল ভুল, গধুলীতে ডবা কোথায়। (গ) লৰা ওমলোৱা নাম। ধিনিকি খিদৌ দৌ মাণিকী কুপে। | ককাই নৌ ওপজেতেই তিনী ৰে। নাম ধৰা নাম ধৰা কচু পাতৰ খোলা। বুঢ়া গোসাই নামি আহে হেকোৰ কেকোৰ দোলা মাৰৰ নিচিনা লি। বাপেৰৰ নিচিনা নহলি। বাৰীতে আছিলে ভেকুলী বেল। তাৰে নিচিনা দুখনি ঠেঙ্গ। চিলনীয়া, বিলনীয়, আমাৰ আইটাৰ ছুলি বঢ়াই নিয়া। চুছি মালি দিওঁ মই | আঢ়ৈহতীয়া ছবি তই। খুলে খুলে ধুলা লাগি পৰে। ধুলা লাগিল গাটি। আইকপ হল কাতি। চৈ চৈ এ চি ৈপোৱালী। লোনে মাছে ভাত খাই কি কৈ শিনালি। চৈ চৈ এ চিচৈ পোৱালী। বাচৈটোকাই লৈ যায় টিকা জোকাৰি। লাও কুলি কলি, লিকা কলি কলি, মইনাই ত খালে ৰৰ পিড়ত ৰহি। ৫