পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭। - অসমীয়া সাহিত্যৰ চানেকি। মোৰে বোপাই লাহৰি, নেপাইছে৷ আহৰি। | বৰ জুৰিছে আই, সেই বৰা বানি, পিঠা গুড়ি সানি, | বোপালৈ লৈ যাম লাৰু। আইকণৰ মৰা, কোৱাই ই গলে, কোনে আমি দিব পাৰে। আইপৰ ককায়েক দীঘলে ডাৰে, সেয়ে আনি দিব পাৰে। ফুলি আছে গোলাপ ফুল, | নেভাঙ্গিবা দাল। আমাৰ মইনা বহি আছে, দেখিবলৈ ভাল। বড় চৰাৰ মুখতে বকুল ফুল ফুলিছে, নিতে তিনি পাহি সৰে। ' মাইনাৰ চকুলৈ চাবকে নোৱাৰি, হীৰা কি মুকুত জলে। পুৰে বাৰীতে পকা কৰদৈ, | চকুড়ি ভাটো খায়। | তাৰে এটি কোনে আনি দিব পাৰে, | লোহাৰে ডাতে কোৰাই। লেনা বাই এ বেজী এটি দিয়া। বেজীননা কেলেই মোনা সিবলৈ।

  • মোনানো কেলেই খনে ভাড়াবলৈ।

ধনেননা কেলেই হাতী কিনিবলৈ।' জাতীননা কেলেই উঠি ফুৰিবলৈ। বাঁহৰ মুঢ়া বগৰীৰ গুড়। সৌছে আহিছে চকুচেলোৱা বুঢ়া।

জোন বাই এটি তা দিয়া। • :

. • এটি ভ নেলাগে দুটি তৰা দিয়া। ১১। ১৩।