পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ মহাভাৰত। নিজগুণ বলে। . লভিল সকলে ধন ধান সতকাৰ। নৃপতি প্ৰধান। দুজনাৰাণ, প্ৰসংশয় বাৰে বাৰ। তানে পৰলোক ভৈল সূৰ্বে শোক, নিজ তনু ভয়ে খণে। মেৰু ভঙ্গ যেন সিন্ধু ভৈলা প | মাণিক বিন্ধিলা ঘূণে। তাহান তনয় | আতি শুভময়, কবিৰ সৰস্বতী। দ্ৰোণ পৰ্ব পদ ... জয়দ্ৰথ বধ, কৌতুহলে নিগদতি।