পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। নৃপ শিৰোমণি দেব মহামানী দুৰ্লভনাৰণ ৰাজা।। নিতে পুৱতে • পালিলা সতে, পৃথিৰীৰ যত প্ৰজt. তাহান তনয়. লৈ ধৰ্মময়; ইন্দ্ৰনাৰায়ণ দেৱ। ...) মহাবীৰ ধীৰ স্বভাবে গম্ভীৰ নিতে কৃত্য হৰি দেৱ। নিজ বাহু বলে পাইল অবিকল | অখও মমণ্ডলে। যাত খাটে নামি সততে প্ৰণমি | বিপক্ষ নৃপকলে। ঋত সৰ্বক্ষণ : ইন্দ্ৰনাৰায়ণ, বৰ দেন্ত সদাশিৱ।। হৌক নৰেশ্বৰ পাঞ্চগৌৰেশ্বৰ, পি পুত্ৰে চিৰঞ্জীৱ।। ছোটশিলা নাম , অছে এক গ্ৰাম যত গ্ৰাম মধ্যে সাৰ। :) অহি, তথাত জগত প্ৰখ্যাত, চক্ৰপাণি শিকদাৰ।'. . পটু নৰবৰ : কায়স্থ প্ৰব ধৰ্ম্মন্ত মহাফী। :: পণ্ডিত তিলক কুল প্ৰকাশক নিষ্কলঙ্ক যেন শী। .'। মেষ-বিজগণ। কৰিলা পুজন সষনে ধৰ্ম প্ৰসঙ্গ : নিত্য-উপগত। যাৰ অভ্যাগত; নভৈলক আশা ভঙ্গ :