পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাত। স, চকলি মনে বিকলি, নিৰ্ভয়ে তৰুণীজন। কম ভাবে পাশে | ব্যক্তি বলে কৰে প্ৰস্তু সুমৰণ। তান মখে ক্ষত | সুৰ ৰেক নাগৰ প্ৰভুৰ সঙ্গে। খোলা সুলকিল | কুফ খসি, নিৰ্ভৰ সুৰতি বলে। নিজা বিৰহণে অধৰ দশন যায়। বানী প্ৰসন্ন নীগণ, চলে আপোনাৰ ঠা। তিনি চাৰি নাৰী ( হাতে নাতে ধৰি, পথত ৰৱেৰে। .. গাৱত চুল। বাৱে হালি খালি পৰে। যৌৰনৰ গুৰে চলে ধীৰে ধীৰে দুঃসহ নিত ভৰে। নয়ন কটাকে | বদন নিয়ে | চিন্তনে চিত্ত বিকাৰে। ঘোৰ কাম ৰাণে দুই মাৰ সহিৰ কাৰ পৰাণে। মান পৰিৱৰি কেহে বনানী “চলি গৈল প্ৰভু থানে।. | তথাপি পক | দেখিল নাৰীৰ কৰ্ম্ম। . কৰিৰে বৰ্ণন • জানে খুন • পাপৰে নজানে মৰ্ম্ম। •