পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ অসমীয়া সাহিত্যৰ চানেকি। নাৰদ বদতি না দেয় হৰিহয়। কৃষ্ণৰ মায়া মই বৰ ভৈলে। ওয়। কৃষ্ণৰ মায়াক দেখি দেৱ সৃষ্টিকৰ।। হংসৰ নামিয়া স্তুতি কৰিলা বিস্তাৰ। ২২ পূৰ্ণ ব্ৰহ্ম কৃষ্ণত অনুজ্ঞ ব্ৰহ্ম লই। হংস যানে চৰি ব্ৰহ্মলোকে গৈলা ধাই। বাণ ৰাখিৰে গাচে যুদ্ধ দিলা হন। হক ভঙ্গাইল পাচে দেৱ দামোদৰ। ২৩, জগত সংহাৰ হৰে ধৰি ৰূপ ৰুদ্ৰ। কৃষ্ণৰ আগত হৰ ভৈলা যেন ক্ষুদ্ৰ। অজ ব্ৰহ্ম কৃষ্ণৰ যে বোগায়া বৰ। অন্তক নপায়ে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। ২৪ নাৰদ বদতি না দেৱ হৰিহয়। কৃষ্ণৰ মায়াত বৰ মই ভৈলে। ভয়। হোমৰু কৰতে কৃষ্ণে হাতে শ্ৰৱ পৰি। ঘৰে ঘৰে দেখো মই সেহি দেৱহৰি। ২৫ কৃষ্ণতে ভৈল যেৰে বিশ্বৰূপ যত। ষোড়শ জাৰ্যাৰ ঘৰে কৃষ্ণ উপগত। কেউ ঘৰে ব্ৰাহ্মণক কয় সম্মান। কেউব কৰে ব্ৰাহ্মণৰু ৰত্ন দান। ২৬ কৃষ্ণৰ মহিমা দেশি মোৰ কম্পে প্ৰাণ। সাক্ষাতে ভৈলাহে মই মৃতক সমান। ৰি নোহে মোৰ সবে কম্পে হাত ভৰি। কৃষ্ণ অনু লই গৈলো স্বৰ্গে লৰি। ২৭ তুমি যজ্ঞ কৰা সৰ্ব যত যে ভাল। মোহোৰ বচনে কৃষ্ণ পূজা দিগপাল। আজ ব্ৰহ্ম কৃষ্ণ পাচে ত্ৰৈলোক্যৰু ধৰি। হেনয় কৃষ্ণক পূজা মনত সাৰি। ২৮ শীঘিৰে কৃষ্ণক পূজা কৰ হৰিয়। অক্ষয় পুণ্যক পাইৰা বুলিলে নিশ্চয়।