পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ দেৱজিত। সিদ্ধ মুনিগণেশ কৰে ৰেমধ্বনি। বাদ্যৰ প্ৰচণ্ড ঝোলে মাতক নুশুনি। ১৪ যজ্ঞ আৰলি পাচে দেৱ পুৰ। যজ্ঞক গৈল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। লগত আসিলা আৰে গুৰু বৃহস্পতি। ইৰ সভাক লাগি গৈলন্ত সম্প্ৰতি ১৫ ব্ৰহ্মা বিষ্ণু মহেশক কৰিলা সম্মান। ইঙ্গে নিয়া দিলা নিজে দিব্য সিংহাসন + সিংহাসনে বসিলন্ত তিনিও ঈশ্বৰ। তিনিকো নমিল। পাচে দেৱ পুৰ। ১৬ বৃহস্পতিক দিল। আনি ৰত্বৰ আসন। আসনে বসিলা পাচে ব্ৰহ্মৰ নন্দন। সেই বেলা আসিল নাৰদ মহাঋষি। হাতে দিব্য বেণা ধৰি পৰম কৰিষি। ১৭ ইন্দ্ৰৰ আগত ঋষি প্ৰবেশ ভৈলন্ত। পান্থ-অৰ্ঘ্য আচমনে ইন্দ্ৰে পূজিলন্ত। নাৰদ বদতি দেৱ শুনা পুল। তোৰ সম দেৱ নাই স্বৰ্গৰ ভিতৰ। ১৮ কিবা যুক্ত হয় নহয় সুপতি। স্বৰূপ ফুৰিয়া কৈ মোৰ দৃতি। যদি যজ্ঞ কৰিৰে তোমাৰ আছে মন। কৃষ্ণক পৃজিয়ে। আগে সংলোচন ১৯ কৃষ্ণৰ মায়ায় নহৈযেক যজ্ঞচয়। আকে জানি কৃষ্ণক পুজিও হৰিহয়। •তোৰ আগে কওঁ মই কৃষ্ণৰ মহিমা। এ হৰ অনন্তে নপাৱে যাৰ সীমা। ২ কৃষ্ণক মোহিবে ব্ৰহ্মা অলিলেক লৰি। গোক জামুৰি অহ্মা থৈলা চুৰি কৰি। কেন দেখি কৃষ্ণে মায়া কলিন্ত বৰ। “ গোৰ দামুৰি হই ৰৈল ঘৰে ঘৰ। ২১