পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| ৰামৰ বনবাস। ফলমুল ভুঞ্জিয়া ৰহিলা সেহি থানে। ৰাম লক্ষণৰ কথা আছে। এহি মানে। গঙ্গা পাৰ হৈয়া ৰমে বনত পশিলা। দেখি গুই সুমৰ শোক উথলিলা দুই হাফে। দুই পাছে ধৰি গলে বান্ধি। ই৷ ৰাম! বুলিয়া বিহ্বল ভৈলা কাঙ্কি। ৰাম সীতা লক্ষণৰ শশাকে দেহা দহে। নেত্ৰৰ লোতক দুইৰো অবিছেদে বহে। সুমন্ত্ৰ বোলন্ত গুহ কৰে। কোন কাম।। দশৰথে দিলন্ত তেজিল। মোক ৰাম ৰথ লৈয়া অযোধ্যাক যাইবো কেন মতে। এভে বনে গৈয়া থাকে। ৰামৰ লগতে। পাচে গুহে সুমন্ত্ৰক বুলিলা বচন। তেজিয়া সন্তাপ মন্ত্ৰী থিৰ কাৰ। মন॥ আপুনি বুজায়া নামে তেজিলে তোমাক। তান আজ্ঞা শিৰে লৈয়া চলা অবোধ্যাক। অনেক যুকুতি গুহে মন্ত্ৰীক বুজাইল।। ৰাম শোকে পোৰ দেহা কিঞ্চিত জুৰাইল গুহক সন্তুধি মন্ত্ৰী বথে চড়িল। মনত অসুখে অযোধ্যাক লড়িল। ৰামক তেজিয়া মন্ত্ৰী নিবত্তিয়া আইল। গোধূলিৰ সময়ে অযযাধ্যা পুৰ পাইল। মন্ত্ৰী যোলে মনত আসজ ভৈল কাজ। মি শোকে। মহাৰাজ। নগৰত দেখে প্ৰজাগণ অতি দীন। দিবসৰ তৰা যেন দীপিত-বিহীন। শুন্য যেন দেখে প্ৰতা নিশবদ ভৈল। কমল সঙ্কোচ যেন সূৰ্য অস্ত গৈল। কুমুদ মলীন যেন দিব্য সৰবৰে। হৰিৰ নকৰে প্ৰজা অযযাধ্যা নগৰে। ,