পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. অসমীয়া সতি গমেকি। শাম নামে পাল তো হবে। ভালপে তাহাক আমৰ দেবে। মুনি উপদেশী কৃষ্ণ আখি। চলি গৈলা তিনিয়ো অনেক ৰ লাধি ও দুই পথে পাই নীল নামে ৰন। মৃগ মাৰি ৰাখি তৈতে কৰি তোম। তৰুতলে লখাইপ শব্যাক বিয়াইলা। প্ৰয়াস তেজিয়া মুখে নিদ্ৰা তাতে পাইল। লখাই জগাইলা নামে জানিয়া প্ৰঙ্গত। হাত মুখ ধুইয়া সা কৰিলা অধাত অবিলম্বে চিত্ৰকূট বন পাচে পাইলা। হৰি ৰৰে ৰামে সীতা মুখ চইলা দেখা দেখা জাকি! হৰিৰ কৰি মন। ফলসুল বুকুত বিবিধ ত বন। জাই যুতি বকুল বলি কৰ্ণিকাৰ। কাঞ্চন ভগৰ কন্দ সেৱালী মা। অশোক পাশ ফুলি গৈল হিস হিসি। নাগেশ্বৰ চম্পক ফুলল অহৰ্নিশি। পিক গৰৰ ফুলিল সেৱতি। ধুন্দুৰ কমৌৰ অৰি ফুলিল মালভী। ওড় পুস্প মালি দুয়াখালি আৰু মালি। তমাল তুলসি মাধৈ মৰক সেৱালি। বলন্ত সময়ে কাম পাশ। পুষ্পৰ মুত আমোহিয়া পাষাণ ভাৰ্যা পুশষবাণে কৰে। বিহি আমতৈল গহন আসখ ৪ সেনাপতি লৰি লৈ মলয়ৰ বাৰ। মহাৰীৰ ভৈল কোকিলৰ ৰাৱ। পক্ষিগণ ৰাৱে কেন খাৱে ৰা গুপ্ত। . : নাগো ফুল কান নৃপজি গন্ত