পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

.. ম বলব। কিনে অপৰাৰে তুমি প্ৰভু শেক, শোক অগণিত দিয়া। আমি পতিতা নাৰীক গেঞ্জি, চলিলা ফেলে তেজিয়া। নযাই এ বুলিয়া জানেকী, | অলত পৰিলন্ত। যেন লনী দেবী ঈশ্বৰ বিষ্ণু, • চৰণত পৰিল। ঘৱে বোল উঠা প্ৰাণে, | সুনিয়োক হিতপক্ষ। বাপৰ বচন তেজিয়া বন, নইৰোঁ হতে অশ্য। কৌশল্যা মাৱক আদি কৰি যত, ভেজিলোহেঁ বন্ধুঞ্জন। মায়াময় হতো গৃহ সুখ তো, আজি সল যাইবো কন। নমো নমো নাম যাহৰ উপম, নাহি ইজে ত্ৰিভুবনে। দুখ উপলাম যে আমি , বোলা সামাজিক আনে প । তেৰিলোহেঁ মিত্ৰ যত অযযাখ্যা নগৰী। মোহ এড়িলোহে সীতা সাক্ষী। মুখচন্দ্ৰ হেৰি অমৃতৰ অভিলাষে। গাসিবাক লাগি ৰাহু আসি লৈ পাশে। বযুগ ধনুত কটাক্ষ যেন শৰ। চমকিয়া ৰাই গৈল গগণ উপৰ। নীলোৎপল দল সম নয়ন যুগল। দেখি মুনিগণণা হোৱে মোহিত সকল। '