পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এদি চৰিত। কত বসল প্ৰভু কনা সাগৰ। পশি অনাথ নাড়ি দামুদ। অভয় চৰণে মঞি পন্সিলে সন। অপাৰ আগৰে পাৰ কৰা নাৰায়ন, তোমাৰ চৰন বিনে গতি নাহি আন।. মঞি অনাথক প্ৰভু কৰা পৰিত্ৰান। নমো নিন প্ৰভু অনন্ত অচ্যুত। : তুমি অনাধৰ নাথ পৰম প্ৰখ্যাত। কৃষ্ণৰ কিঙ্কৰে কৰে না সৰ্বজন। হৰিবা সংখাৰ মুখে ইহাৰ সুগন। হেম সৰৰচতি গুনে এৰি আন কাম। | পাতেক চাড়োক ডাকি বোলা ৰাম ৰাম।