পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি নাকান্দা নাকান্দা বাপু নকৰা সন্তাপ। কৈৰ ভাৰ্যাপুত্ৰ দেখা কৈৰ মা বাপ। জেনে বৃক্ষত পোখি পাকে একে সনে। নিসা গোট বকে কোন মতে ৰঙ্গে খতে। জনি প্ৰভাত ভৈলে দশো দিসে জাই। পিতৃ পুত্ৰ জানা তেয় পাই। .. হেন জানি বাপ তএি সোৰু পৰিহৰ। গুনি চাহা আপু শুঞি দৰে সমসৰ। আসন্তে না জাতেও জাব সুষ্ট। লগৰ সঙ্গতি জাব পাপ আৰু পুন্য। আৰু এক কথা কই তোহোৰ আগত। তঞি মঞি উপজি হিষ্ণ বধিত | তোৰ বাপে ধৰ্ম্ম এৰি হৈবে. বন। ৰাম ৰূপে তাক মঞি কৰিবু নিধন। সিপাল হৈ গৈ জানৱ বংগত। কৃষ্ণ অৱৰে তাক কবুিহু হত। সিকালত আমাৰ সৰিলে লিন হৈব। সৰ্গ পদ এৰি বৈকুণ্ঠ পদ পাই। তোহোৰ ভক্তি মঞি ভৈঙ্গু বৰ তুষ্ট। তোৰ মোৰ এড়াজড়ি নাহি কদাচিত। আপুনাক আপুনি নিচিন কেনে তঞি। প্ৰাদ স্বৰূপে উপজিআ আচো মঞি। হেন বাক্য বুলি হৰি ভৈলা অস্তনি। প্ৰাদে কৰিলা প্ৰেত কাৰ্য্য এহিমান। ইচৰৰ বাক্য জত লাগিল মনত এড়িল সোক আচিলন্ত জত জত।. মা গৈল পাচে আপুনাৰ খামে। প্ৰহ্লাদ চৰিত্ৰ সমাপতি এহি মানে। নমো নাৰায়ন নিৰঞ্জন জদুপতি।... তোমাৰ চৰনে মোৰ নিমলোক মতি।