পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। গজ সৰ্প বি, অগনি পানি কে, মোহোৰ ভূত্য সমান। মোৰ পুত্ৰ বুলি, কেঁহু নমৰিল, হেন খানি মনে মান। এভো হেন কৰ, হৰি নুসুম, | থাক মোৰ আজ্ঞা পালি। মোৰ পুত্ৰ তোক, দেঞা ৰাজ্য ভাৰ, | মাধৱোক পাৰ গালি।। সুনা নৰ লোক, প্ৰহ্লাদ চৰিত্ৰ, জি জাইবা সংখাৰ তৰি। হেম সৰোচতি, ৰোচিলা সম্প্ৰতি, ডাকি বুলা হৰি হৰি। পদ। হেন সুনি প্ৰহ্বাদে সুমৰে হৰি হৰি। মাধৱোক গালি মঞি পাক কেন কোৰি। মাধবেসে পিতা মাতা মাধৱেসে প্ৰান। মাধৱোত পৰে কুন বন্ধু আচে আন। কত দেখা বাপ জল থল গিৰি বন। গজ ভুক্ত সবাতো আচত নাৰায়ন। তুমি আমি আদি কোৰি তিনিও জগত। সবাতে আচন্ত হৰি মুহিকে যেত। হিৰ কখিপু ফেলে সুনৰে বৰ। পুনোৰপি নিন্দিলুহু তোহোৰ উত্তৰ। বুল জে সবৰে গা আচে দামু। সবে মোক সুহে কি একে সমসৰ। কেহু সুখি কেহু দুখি বোহুত অন্তৰ। কে কাক বাৱে কেহু হয় লফ। কেহু হস্তী কন্ধে চড়ি ইংখ তুলি সোজ। কেহ কেহ জানে কি তৃণকে নপাএ।