পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰস্ৰাদ চৰিত। আথে ৰেখে সাবতিয়া তুলে ধস্য পুত্ৰ। এহিখানি কথা বাপু সিখিলিহি কৈত। নমো নবায়ন প্ৰভু দেৰ জোছুপতি। তোমাৰ চৰনে মোৰ থাকোক ভকতি। তোমাৰ প্ৰসাদে প্ৰভু লভিলে চেতন। কৰ জোৰ কৰি প্ৰভু কষে নিবেন। হেম সৰৰচতি ভনে এৰি আন কাম। পাতেক চালোক কি বোল৷ ৰাম ৰাম। দোলড়ি। কমতা মণ্ডল, দূল্লভ নাৰায়ন, নৃপবৰ অনুপম। তাহান ৰাজ্যত, ৰুদ্ৰ সৰোচতি, দেৱজানি কন্যা নাম। তাহান তনয়, হেম সৰেচিতি, বোৰ অনুজ ভাই। পদবন্ধে তেহ, প্ৰচাৰ কোৰিলা, | বামন পুৰান চাই। আত অনৰে, মাধৱে গুন, মনে কৰি বিসি। হিৰন্য বিৰোক, কিমতে বোধিবু, নপাওঁ একো উদিল। পূৰ্বে হিম্মোক, হৰে বৰ দিল, কিচোতে নাহি মন।। কেসৱৰ চ বক্স আদি কৰি, আচে অ যত মান। দেৱ অসুত, কাহাতে নমৰে, অচেদ অভেদ কাই। তৃত দিনোত, একোতে নমৰে, মাৰিবাৰ বুধি নাই।