ভাল ভাল চাই বিখ এখনে আনিবু।
ইয়াক খুআই জয় কৰনে পঠাইবু।।
দুনাই বিখ খুআইলেক বিখ নালাগিল।
খাণ্ডা আনি কাটিলেক খাণ্ডাও ভাগিল।।
জলত পেলাইলা তাতো নগৈলেক তল।
মাৰিবে নপাৰি ৰাজা ভৈলেক বিকল।।
উৰ্দ্ধে সত **** কোন পৰ্ব গেট আছে।
ভৈজে নিজ প্ৰাক তুলিলেক পাচে।
তৈৰ পৰা পোইলে ৰাজাৰ আৱেগে।
প্ৰহ্লাৰে বুলন্তু ৰক্ষা কৰা ৰিপিকেসে।
ধ ধৰ্ম্ম সুম দেয় বিখিগন।
ইবেলি সে প্ৰস্ৰাব্দৰ নাঝিকে ৰক্ষন।
হৈ পৰা পৰি সি জিৰ কেৰ কোৰি।
প্ৰাদে বেলন্ত মোক ক্ষা কৰ হৰি ৪
তৈৰৰ পৰা প্ৰদক পেলাইলা তেনে।
আলগতে কাম্প দি খোৰি নাৰায়ন।
অলখিত ভাৱে নিজ থৈৰু ভুমিত।
ৰা বুলে পুত্ৰ মৰি লৈ চুৰ্ণা।
আৰে বেথে ৰতে ৰাজা চাহিল পাচে।
দেখে হৰি সুসৰি প্ৰাৰ ববি আছে।
মাতে হয়েও কে মন্ত্ৰিক মুখ চাই।
একো কাৰে আৰু মাৰন নাই।
এৰেষে জানিলে মোৰ মিৰিালেক মৃত্যু।
মোহোৰ ৰংখণ্ড উপজিল ধুমকেতু।
মন্ত্ৰি বুলে ৰাজ মঞ্জি জাভু খুখিনি।
কাঠ আনি এতিনে বিও অগনি।
তাতে পৰি তপু পুত্ৰ নম জেকে।
আৰু মাৰিবাৰু ৰাজা বুধি নাকি তেৰে।
ৰাজা তুলে দেন জুলাই কৰিও আপনি।
জালিও অগঝি তুমি কাঠ গৰি আৰি।
|
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩৩
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
অসমীয়া সাহিত্যৰ চানেকি।
