পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। মাৰৰ ঘৰলৈ যাৰি শুঞি পাৰ্বতী যাট ধাপে দিয়ে ধৰিম। বাটত খাপে দিয়ে ধৰ তঞি পগল হাবিত লৰে মাৰি পৰিম। হাবিত লৰে মাৰি সোমা তঞি পাৰ্বতী হাৰিত জুয়ে দিয়ে ধৰিম। দাবিত জুয়ে দিয়ে থৰ তঞি পগলা ধোঁৱাৰে লগতে উড়িম। ধোৱাৰে লগতে উড় তঞি পাৰ্বতী | হাঁকুটি জোবায়ে ধৰিম। হাটি জোৰায়ে ধৰ তঞি পগল। . তোৰে বড় বিলত পড়িম। মোৰে ৰড় বিল পড় তঞি পাৰ্বতী জুলুকী বাই মঞি ধৰিম। জুলুকী যায়ে ধৰ তঞি পগলা শামুক শেলুৱই হম। শামুক শেলুৱৈ হবি তঞি পাৰ্বতী তোকে চুন পুড়ি খাম। মমাকে চুন পুড়ি খাবি তঞি পগল। তেৰে দুই গাল ডাকিম। মোৰে দুই গালে ডাক ভঞি পাৰ্বতী তোকে তেলে ঘঁহি গুদাম। মোকে তেল ঘঁহি শুচা তঞি পগল | সৰিয় জনমে ধৰিম। সৰিয়হ জনমে ধৰ ত িপাৰ্বতী | তোকে তেলীশলিত পেৰিম। মোকে তেলীশলত পেৰ তপিগল। খলিহৈ জনমে খৰিম।