পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগলৈ নোচালে পিচলৈ নেচালো, কুৰীক বা ফলে। যক্তি যে কোন নানিশে এতিয়া নিগমে লৈ গলো। ৰজাৰ নগৰে দেখি জৰ লাগে কেঁকোৰ কেৰী গড়। হেজাৰী বৰুৱাৰ হাতে আগম নিগম কোনে পাৰ তাৰে থৰ। খৈয়ে কি অগৈয়ে থৈ ঐ ৰণীয়া | খৈয়ে কি অখৈয়ে খৈ। পাঁচতুলীৰ নগৰ সোমাল ফুলে কোন কালিন্দী মোেৰ হৈ। (খ) মণি কোঞৰ। শঙ্কল দেৱ ৰকাৰে পুতেক মণি কোঞ কিছুত খতি নে নাই। এবেলা দোলাতে এবেলা খোঁড়াতে এবেলা সেনৰ ৰং চাই। আন কাল পতি ঘোড়া চেকুৰাই

  • নগৰৰ চৌমেৰে ঘূৰে। •

আজি কোৰৰ খেড়াই গা ঘেলাইছে কাটনৰ পধুলী মূৰে। মগ্ৰীৰ কে কাফন কুৰী . আঁৰ ৰান্ধি মেলাতে ছুলি। • পোৰ ফনিয়েৰে মুৰ ফনিয়াতে • কে নিলে মন ৰি।