পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গাৱলীয়া গীত। কাঠৰ পখী ঘোড়া এড়ি ফুল কোৰে সবলৈ মাৰিলে শূল। সেউতী মালতী টগৰ গুটিমালী, সৰেও মেলিলে ফুল ফুলনি বাড়ীতে ফুৰে ফুল কোৰে ইপাহি সিপাহি লেখি। বাটৰ বাটৰুৱাই। • কৰে হৰি হৰি ফুলৰ তিৰিৰিৰি দেখি। ই বোলে মালিনী সিবেলে মালিনী তোৰ দশা ভাল হল। বাৰে বছৰীয়া | শুকান ফুলনি ফুলি তমা হল। ই বোলে মালিনী সি বোলে মালিনী ততাৰে দশা ভালে ইল। ফুলৰ মলা গাঁথি। কাৰেত ষোগাবি ধনেৰে বান্ধিবি দল। মাৰৰ মূৰে খাইতী মোৰে মূৰে খাইতী শুনালি কিনে বাতৰি। ফুল যে মৰিবৰ হলে বাৰবাৰ হালোৱাই গুড়ি গল খৰি। বোৱাৰী জীয়াৰী হাঁহে খিলি খিলি | মালিনীৰ ফুলনি চাই।। মোেৰাই গেজৰে ফুলৰে ওপৰে | চৰহি ফুলৰ মৌ খাই। ৰাটৰ বাটুৱাই | এই বই মই | বখনা খনি কৰে। থাকিৰ নোৱাৰি। | দিজাই ৰাই মালিনী হাতে আঁকুহি পৰে।