পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ . অসমীয়া সাহিত্যৰ চানেকি | ৯৮। দিনৰে চিকণ পূৱাৰে বেলিটি

  • ৰাতিৰ চিকণ জোন।

. তাতোকৈ চিকণ মোৰ ঐ লাহৰি | যেনে পূৰ্ণিমাহৰ জোন। ৯৯। লাহি কাপোৰৰ পাহি ঐ মইন লাহি কাপোৰৰ পাহি। বুকত দিয়ে গলি: জলা জুই একুড়া মুখত দিয়ে গলি হাঁহি। ১০০। চাউলৰ চিকণ। | খুদ ঐ লাহৰি চাউলৰ চিকণ ধুদ। ডেকাৰে চিৰুণ ভৰিৰ কলাফুল গাভৰুৰ চিকণে দুদ। , c , () {0}CE

- %

  • {{

{1; Y

C

LiAY - -