পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০। চড়ে মkীয় . ৯১। বড়বৰৰ মুখতে। কূপৌ ফুলিয়াই সাইলাখ মদনৰ মাত। খেলি দে খেদি দে অজাতি কূপৌ ঔ শৰণ খেৰ মাৰিছে গাত।

৯২। পৰ্বত সুগৰী কান্দিলে লাহৰি

হৰিণা কান্দিলে বনত। . তোক নেদেখি, থাকিব নোৱাৰে। মৰি যাওঁ শদিয়া ৰণত। • | দে চৌএ চৌএ | কিননা দুপৰীয়া ভোক। তি হে নহলি, ছিলো নহলি কেচাই খালোঁহেতেন তোক। কোৱাই কা নকৰা ঝিলি ঝ। নকৰা শদিয়া পাৰৰে আলি। কোয় খাও কেচায় খাও' নকৰা বহন নহওঁ মই তিয়ঁহৰ জালি। ৯৫। হাঁহ হৈ পৰিম গৈ, তোমাৰে পুখুৰিত পাৰ হৈ পৰিম গৈ চালত। বীমা হৈ ধৰিমে তোমাৰ শৰীলত | মাখি হৈ চুমা দিম গালত। ৯৬। পৰ্বত মাৰি যাওঁ ৰাজলী হৰিণা পেলাওঁ ভৈয়ামলৈ টানি। হাঁহিৰৰ ছলেৰে : কালি পঠিয়ালো • চেনাই পানীঘাটত দেখি ৯৭। ইঘাটে দূবৰি সিটে দূৰৰি তোলে কেন ঘাটে পানী। | লাহৰি চেনায়ে যেনি গা ধুলে তোলে। সেই ঘাটে পানী।