পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. অসমীয়া সাহিত্যৰ চানেকি। |। বিহুৰে বিৰিঙ্গা | পাত ঐ মূহ বিহুৰে বিৰিজা পাত। • গাভৰু ছোৱালী নাচে জুমে জুমে চতৰ বিহু লাগিছে গাত। ৫। কাইমে কুমলীয়া উড়িব নোৱাৰে পাখী গজলীয়া হল। ধনাই কুমলীয়া, বুলিৰ নোৱাৰে বাটতে টোপনী গল। ৮৬। কাৱৈ কৰী , খলিহনা বনৰী, গৰৈ এ টোকাৰী বাই। দীঘল দৰিকণা, গলত ঢোল পিন্ধি নাচনী বিচাৰি যাই। ৮৭। উজনি ৰাইজত বড় কঁহ বজালে ভাটিতে বজালে ডোল। ছেঞ্জেলীয়া লৰা ৰাখিব নোৱাৰি | ছিলি যায় ওদাল দোল। ৮। চাই থাকিলেও হাবিলাস নপলাই নেখালে মুগুচে ভোক। যেনে বালী ঘাটৰ ভোলা নো বেজেনা। দলিয়াই দি যাবি মোক। ৮৯। শলে ভুমুকিয়াই শালে ভুমুকিয়াই, আৰু ভুমুকিয়াই ছো। শহুৰৰ পদুলীত | ধনে ভুমুকিয়াই আচলত লগালে জেলা | , ৯০। ধনে ধেমেলীয়া মোৰ মন বলিয়া থাকে ঘিলা খেলি বাটত। মোৰ মনৰ কথা। কৰ নোৱাৰিলে তোমাৰ কেটে মাতত।'।