পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহুৰ নাম। • ৭৭। ৰৰে মন গল, জালি কটা বি, হাতেৰে নহলো কাজী। সোমাবৰ মন গল, | যৰে গৰখীয়াত : কপালত নাহিলো সাধি। ৭৮। কলীয়া কলীয়া হলি নে বলীয়া এড়িলি পথাৰৰ কাম। ঘৰৰ মই গৰু হোজি মেলিলি শুনি ৰজিলীৰে নাম। ৭৯। লাহৰ চুলি মেলি তেলকো নেপালে। | পাত পাৰি নেপালে ভাত। বৰে আশা কৰি, মইনা পুহিলো নপালো মাত। •। তোকে আনিবৰে মোৰ মন গল তোকে কেনে কৰি পাম যাবি পানী ঘাটত নিবি ধৰি হাতত ময়য়া কান্দি কাটি যাম। ৮১। কাক ধাঁহৰ গজালি চিৰি মৰা কটাৰি | তুলাব নেপালে দৈ। খাবলৈ নেপালো, এখনি তামোল ঐ লাহৰী হাতৰে লৈ।। ২। তোমাৰে শৰমত, মৰৰ মই লাহৰী তোমাৰে মৰমত মধ্যে। দিনৰে মুৰতে এবাৰ দেখা দিবা তালৈকে কাকূতি কো৷ ৩। হাবিতে গেজৰে ঢেকিয়া পতীয়া তৰত গেজৰে শলা। মাছৰ গোন্ধ পাই বিড়লী গোৰে পিন্ধি কাকতীয়া মলা।