পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০, অসমীয়া সাহিত্যৰ চানেকি। | ২৮ বল বঙ্গাল : লেতেৰা বজাল ঐ বালক নিদিৰি ঠই।

  • নাভিতে উঠিয়ে

চুৱা চৰু এৰি বগালে নাও মেলি খাই। ২৯। বাইৰে মৰমে নেজানা ভিমিহি.. পৰাই মাৰিলা ভুকু। বাইৰে সলনি মোকে লই যোৱা, সোণেৰে বন্ধোৱা বুকু। ৩০। জাতি বাঁহৰ কাই ঐ নেলাগে ককাই ঐ নেখাও দৰিকণা মাছ। তিৰী মৰা বৰলাত হোৱালীনিদিবি কথাৰ নেপালো সঁাচ। ৩১। কলৈনো গৈছিলি হেৰেই পাণেসই ঘৰতো শুনে মাত। কলৈকো যোৱা নাই বুকৰে বহনা বহি বৈ আছিলো তাঁত। . ৩২। পৰ্বতে পৰ্বতে। | বগাব পাৰো মই লতা বগাবলৈ টান। সৰুটী সোনাইকে বুজাৰ পাৰৰ মই : তোমাক বুজাবলৈ টান। ৩৩। কলৈ যা এলনী কলৈ যা পেলনী মোকে গৰু বাটত থৈ। . কোনোবা মুনিহে ফুচুলাই নিবগৈ কলীয়া ভোমোৰা হৈ। | ৪। তেৰে মুৰ চাই ফনীখন গাঁথিলে। । লগাই ৰাঙ্গলীয়া টে। খোপাত পিন্ধিবলৈ আনিছে বনা, নিজনি বিলৰে টে।