পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

উছ অসমৰ চিন্তাই খাৰ উশাহ-নিশাহ আছিল; নিজৰ ঘৰ-সংসাৰ দুখ- দৈহ একোলৈকে কটাহিত নকৰি যি এই সমাজ আৰু জাতিৰ উন্নতিৰ ধানত আমষণ মা আছিল; জ্ঞান আৰু নিষ্ঠত ভীষ্ম-প্ৰতিম হৈ তিনি কুৰি বছৰৰো ওপৰ অসমীয়া সাহিত্যত মহৰ্ষিগত দিব্য দৃষ্টিৰে বথ পৰিচালনা কৰি এফালে যেনেকৈ চিন্তাৰ অনল গাৰিছিল, আনফালে তেনেকৈ চিন্তাৰ তৰত দেশক সাপ্ত কবাইছিল; সেই কমলাকান্ত ভট্টাচাৰ্যৰ পৱিত্ৰ সোঁৱৰণত