পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

to অসমীয়া সাহিত্যৰ অধ্যয়ন কছু কমুৱা, “শিয়ালে কৰিব ‘হোৱা', মোৰ কোৱৰ ঐ, শিয়ালে কৰিব ‘হোৱা'। কালিন্দী ভোমোৰা হই, মোৰ কেঁৱৰ ঐ, পস্তুলাৰ গুৰিলৈ যোয়॥ এইখিনি ঘটনা উবা-অনিৰুদ্ধৰ পৰিণয়ৰ লগত মিলে। তাৰ পাছক কথাখিনি সহয়ে অনুমান কৰিব পাৰি ওপৰে উৰিলে তাকে নসবিলে পাখি। আজি কিছু কবি, কাশি কিছু কৰি, পস্তুলাক বনোৱা দেখি। পাগৰ নগৰখন কোবোকা-ফুককি লয় বৌ মাছে খোব। সেই কথা শুনি। বাপেক নৃপছিয়ে তললৈ কৰিলে মূৰ। পোৱালি হাঙ্গীৰে শুধ, ঐ গান্তক, পোৱালি হাতীযে শুল। ঘোৰ মাজনিশ। যুল-কাৰক, কোনে ধৰি দিলে চোৰ। কিনে বাহৰে উদাকৈ চেৰেকি, কিনো হবে লেটাই। ফুল কোঁৱৰক কোনে ধৰি নিলে, দিলেগৈ ৰজাক ভেটাই। পশু-পুৰাণৰ সাধুবোৰ অসমীয়াৰ দৰে ফৰাহী আদি সাহিত্যতো পাবলৈ আছে; কিন্তু ফুল-পুৰাণৰ এনে কাব্য বিল বুলিয়ে মনে ধৰে। পৰবৰ্তী অনা-গাভৰু আদিৰ গীত-কাব্যবোৰত মণিকোৱৰ-ফুঝোৱৰ প্ৰভাৱ পাহৰিব নোৱাৰি। সৌ-সিদিনালৈকে মুখে মুখে চলি অহা হেতুকে ইয়াৰ মূল ভাষা আৰু দুৰৰ বিষয়ে কোনো কথা ভাঠি কোৱা টান; কিন্তু ইয়াৰ বাহিক দুলড়ি বা ত্ৰিপদীৰ গঢ়ত পৰবৰ্তী যুগৰ অক্ষব-বুক্ত দুকৈ বা আদিম অনুস-প্ৰধান স্বৰ-বৃত্ত ছন্দৰ প্ৰভাৱ একেবাৰে অস্তমিত হোৱা নাই, তাক সহজেই কৰঃ পাৰি।