পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

8> যুগ-গুণফুলকেঁৱৰৰ গীত ভিতৰত দেখিলে সোণৰ খাট-পালং, পধূলিত চামৰে পীষা। গেল। পইতা গই। নিবলৈ আহোতে পালে দো-ভজা চিবা। খেদে গৰখীয়াই টানি আছোলা, খেৰে পৰয়াই হই। নেদেখা কথাকে দেখি মালিনীয়ে এবেলা আছিলে বই। খাই-বৈ জিবাই-শ তাই ফুলকোৱৰে এনাজৰীৰে বাৰ মাৰি মালা গাঁথি মালিনীৰ হাভেদি পস্তুলা গাভকলৈ পঠাই দিলে এখিলি দুবুৰি, ‘এৰিলি এবুৰি, এই নো বাৰ মলা ‘এৰিলোঁ। এবুৰি, লিহিৰি-পিছিৰি পোৱালি হাতীতে অনাৰীযেই হাই দি তুলিবৰ এই ফুণ-মলা অনাহত এই ফুল-মলা চাপৰ কাকটা লিহিৰি-পিহিৰি এই ফুল-মল। শীতলে-পিতলে ‘পাটকঠালৰ লিহিৰি-পিহিৰি এই ফুল-মলা লিহিৰি-পিহিবি শীতলে-পিএলে এই ধুল-মলা ‘চাদ পুৰুষলৈ লিহিৰি-পিহিৰি এৰিলি নদীৰে কূল। ফুল ক'তে পাল, কোনে বিছিল ফুল এবিলে। ছবুবি, এৰিলে। নদীৰে ফুল কোৱৰ কুমলীয়া, তেৱে থিছিল মুকুল। শুৰ, মোঘ পস্তুলা, পোৱালি হাঙ্গীৰে শুধ। থিছিল মল, তাখো ভৰ্তি কওঁ ওথ। লাই, মোৰ গাভৰু, হাই দি তুলিব লাই। গাণিছিল কোঁৱৰে। তোমাবে থোপালৈ চাই। লৰে খুৰীপাত, মাটি সৰসৰ লাই। গাঁথিছিল কোৱৰে তোমাবে খোপালৈ চাই। লিজু, মোৰ পস্তুলা, ঢাপৰ কাণ-কটা সিন্ধু। কেঁাৰৰে গাথিছিল, খোপাত খাই যাৰ ৰিজু। থিছিল কোৱৰে, মাজতে খৰিকা-ই। কোৱৰ কুমলীয়া, দেখিলে থাকিব চাই। হয়, ধাই মালিনী, পাট-কঠালাম। কেঁৰ কুমণীয়া, কেনে কৰি দেখা পাম। থিছিল ষ্টোৰৰে, তৰৰ লিখা নাই বিহা। কেঁাকে দেখিলে বলিয়াই দি যাব। বিহু॥ কেঁৱৰ কুমলীয়া, দেবিলে পেলাবা হহি। খিছিল কোববে, ভাবে লিখা নাই পাহি। চাৰা, ৰাই মালিনী, চাঁদ-সূৰুযলৈ চাবা। কোঘব কুমলীয়া, এতিয়াই পঠিয়াই দিব।'