পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

31 যৰি মিছা কৈছো হাততে হাতুটি, ফুলনিৰ পকে হাই দি তুলিবৰ কোঁৱৰক দেখি মুখলৈ কি চাবা দেও নে মনিছে অসমীয়া সাহিত্যৰ অধ্যয়ন তই, বাই নাগিনী, চবিয়াই মালিৰি গাল।' কাষতে কণি, মাঙ্গিনী বাৰীলৈ গল। দেখি বাই মালিনী তেনেয়ে বিচুক্তি হল। লাই, নো মালিনী, হাই দি তুলিবৰ পাই। মালিনী বয়ে, এবেলা আছিলে চাই। সোণৰে দাপোণ, চকু সৰগৰ ৰা। চিনিব নোৱাৰো, আহা কোন থানৰে পৰা। তাৰ পাছত অশে ফুলকোৱৰে মালিনীক নিজৰ চিনাকি দি ক'লে, -“ছমাহৰ বাটকে উৰুৱাই আনিলে, সাদিন নাহিকে ভাত।" আৰু মালিনীয়েও আপোন চিনাকি দিলে—“নগৰত আছে পস্তুলা গাভৰু, তেওঁৰ ফুল-গোষ্ঠী মই।” উৰণীয়া চৰায়ে উৰিবলৈ এৰিলে, শিপিনীয়ে এৰিলে ভাত। কোনে তুলি দিব নাৰ পানীটুপি, কোনে ৰান্ধি দিব ভাত। কি পহু মাৰিবৰ শ, মোৰ কোৱৰ ঐ, কি প মাৰিবৰ শখ। বুঢ়ী বেটীৰ ঘৰলৈ যাব যে খুজিছা, ঘৰৰ নাহিকে থৰ। বিপ্ৰ দামোদৰে হেঁপাহেৰে নিয়া থোজনীয় খুমুঠি কৃষ্ণই মুখ দিয়াৰ ফলত ঘুৰি গৈ বিপ্ৰই চিনিব নোৱৰাকৈ তেওঁৰ ঘৰৰ ৰূপ সলনি হোৱাৰ দৰে সেই আতিথ্যৰ সূচনাত মালিনীৰ ঘৰবৰ অভাৱনীয় সলনি হল- ‘সোণৰ কাঠি-কামি, নিজ ঘৰ নিচিনি, 'মাধো নাজানো। বুঢ়ী-বেটীৰ থকাটো এহাতে ধৰিছে সেই কথা শুনি। ৰূপৰ মাৰপি, চ’তিত মুকুতা জ্বলে। অ' বাই মালিনী, সৰকি আহিলি তগে।' ভাৱ, মোৰ কেঁৱৰ ঐ, কথাৰো নাজানো খালি। ক'তে ৰা হেৰালে, কেনেকৈ পামগৈ চানি।' এহাতে ধৰিছে পাহি। ঠাকুৱ। কোৱৰে মিচিকাই পেগাহে হাঁহি। বীণ, বাই মালিনী, জাতি হেঙুলৰ বীণ। তামোলৰ ঢকুৱা, তাতে ধৰিব চিন।” পছৰৰ ঠাৰি, ঘৰৰে মুখতে