পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

উদুৰ্গা পুৰণি অসমত ভূমুকি মাৰি যিজনে জয়ে জয়ে এক প্ৰাচীন গৌৰৱৰ খনিক সন্ধান পাইছিল; বিজ্ঞানসম্মত গৱেষণাৰ বিচাৰ-ৰাতি হাতত নপৰা সত্ত্বেও যিজনে নিজ। অনুসন্ধান বাত অশেষ সম্ভাব্যস্থাৰ সপোন দেখিছিল; যিজন অৰ্জীৱন নীৰৱ সাধনা কৰি শীৰৱে বিদায় লোৱাৰ পাছতো ভুল বব চেতনা আমাৰ হোৱা নাই; অথচ মিনৰ বিবিধ বিষয় গৱেষণাৰ ইংৰাজী পুস্তিকাৰ সোৱাদ পাই অসমৰ বাহিৰ গুণগ্ৰাহী পণ্ডিত সকলে উচ্চ প্ৰশংসাৰে শলাগ লৈছিল। তেনেজন ৰজনীকুমাৰ পদ্মপতিৰ পৱিত্ৰ সোঁৱৰণত