পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

আগী “মিবি-জীয়ৰী,” মনমোহিনী “মনোমতী", ৰাংঢালী “ঙ্গিলী", বহুবহী “বহুদৈ-লিগিৰী, পৱিত্ৰ “নিৰ্মল ভকত” আদিৰে অসমীয়া উপসব ওখ ভেটি ৰান্ধাতা; অসমীয়া সমাজ আৰু ভাষাৰ সেই কালৰ অৱস্থালৈ চাই ইংৰাজীত ৰান্টাব স্কটু বা বৰুলাত ৰঙ্কিমচন্দৰ দৰেই অসমীয়া উপন্যাসৰ অভিনৱ বৰঙনি যোগাওঁত; “ভোলাই শৰ্মাৰ ভাও লৈ অস্ব- বিনোদক থিয়েটৰ পতাৰ লগতে খিল হাঁহি-সেবে গদে। অসমীয়া সাহিত্যিক সমাজৰ চিত্তবিনোধন কতো; সপ্তাই নৰকীৰ নিচিনা চৰিত্ৰ অঙ্কন কখোপেও বিপুল মানৱীয় সহানুভূতিৰ ক্ষীবান্নী লিখনি ধৰোতা ৰজনীকান্ত বৰদলৈৰ পূত সোঁৱৰণত