পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

be অসমীয়া সাহিত্যৰ অধ্যয়ন মহা-মহীৰুহৰ সমান হ’ল। ইজনীয়ে সিজনীয়ে কোৱা-নেগা কৰিবলৈ ধৰিলে। “আহে সখি লব! দেখু! দেখু! এতিম নটৰ লৱনু পুতলি! এহেন শিশু নচাই হানু পালটিয়া যাই গৃহে কমনে বঞ্চবো?... অঃ হে বাপু কৃষ্ণ! তোই হামাক অতিকে ললাট-সেট কয়নি। হোক দেখিএ ছামাৰ পিয়াস দূখ। পলায়। হামু সম কোন সৌভাগিনী থিক? অন্ন-পান কবিতে কচি নাহি মিনাৱয়। বে বে সখিসৰ! এহেন ঠিক মধু নেহয়। পূৰ্ণ ৰূপী নাৰায়ণ। আহাঙ্ক দেখিতে 'আননৰ বাঢ়য়। আযে মোহ সম্পাজল।” “সূত্ৰ-এহি বুলি গোপ-নাৰীয়ে কৃষ্ণ-মুখ-পঙ্কজ নয়ন-ভূহ ভৰি পিত।” তাৰ পাছত এটি গীতেৰে নাটখনিৰ সুমধুৰ সমাপতি হৈছে। শীতটি অতি ভাবময় আৰু সৌন্দৰ্যব্যঞ্জক; ভাব আৰু ভাষাত মহাপুৰুযৰ “ওগো মাই! তোহাৰ নয় যদুমণি বৰগীতৰ দৰে আৰম্ভটি “আলো ভাই! গোকুলে উদয় যদুমণি। ভাইবে ভাই! আনৰুে নৰ পুৰ ছানি। গোণীগণে অমিয়া ঘিষে। কু-শিষে কুসুম বৰিযে। হালধি গোৰসে ঘট ভবি। অন্যে অন্থে সিঞ্চে বঙ্গ কৰি। ঘটলে বীৰ হিমায়॥ বসে না হলে গোপায়া॥ স যশোনাৰ মুখ চাই। প্ৰেম বসে নয়ন জুৰায়। গোপীগণ উঠিয়া হৰিষে। দখি-দুগ্ধ গিয়ে দুশোনিশে | দধি দুঞ্জ ঘোস মাৰে দুটি। মাৰে লৱৰ পিণ্ড বা টি। ঋষিগণে বেদখনি কবি। ঘনে সুমৰে হৰি হৰি। দেৱগণে গগন হৰিখে। নাচে হাশে কুসুম বিষেৰ বাৱে শ ঘণ্টা ঢাক-ঢোল। গগন পূৰি হৰি বোল। ভাত যতেক মৃন্ধ আছে। উঠি সৱে প্ৰেম ভাঙ্গে নাচে। অন্তে অল্প থৰাধৰি কবি। ফুৰে সবে মাটিত বাগৰি। কতো উঠি কবে জয় জয়। উপজিল মনৰ ভনয়॥ মাখবৰ পাদপদ্ম মন। খথিয়া গোপাল বীন ভণে” " আগকথা", অন্মযালা নাটক। প্ৰকাশিত, আঘোণ, ১৮৬০ শক; “চিনাকি”, নন্দোৎসৱ নাটক; প্ৰকাশিত, কাতি, ১৮৬২ শক; প্ৰকাশিত “জেউতি”, ১৯শ বহুৰ, ৪ৰ্থ সংখ্যা; জেঠ, ১৮৭০ শক।