পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

> অসমীয়া সাহিত্যৰ অধ্যয়ন ভীমে বোলে আই মই কইে। কথা ভাগি নিতে মোক লাগে জানা ভাত সালাঙ্গি। ব্যগুন লগয় জানা নাৱ সাত কুলা। পাছে জানো গন্ত লাগি থকা-খুন্দা। ভগা ঘৰ ভগা ব্যে ফটা চূৰ্ণী খান। ঘৰ মাৰো নাই দেখো গোটা চাবি ধান। শিৱ সৰ্ক-বৰ-ঘ ত্ৰিভুবনে গায়। ধ, মাঝে দেখো তোমাৰ একো নাই। নাই বস্ত্ৰ ধন-ৰত্ন মণি- মুহাশ। নব-মুণ্ডমালা শিৱ ভূষণ গলাৰ। তৈল নাই কেশে বান্ধি আছে জটা-ট। দুৰ্গন্ধে দূৰত তাৰ প্ৰাণ যায় ফুট। মোয় আছয় সৰ্প সৱ হাত গলে। জগতৰ গুৰুনেকি তোমাসাক বোলে। ভিক্ষা অন্নে পেট পোষে শঙ্কৰ গোসাই। ইটো কথা শুনিনহাসিবে কোন আই। পাতী বোলয় শিশু গুটি বটালি। পৰশুইৰ কথা কহ কালিৰ চলি। পৰ ধন-ধাহ সকলো আমাণ। অমাসাত কৰি কোন দেৱ আছে চাৰ। গৰু চাৰি খৰি গুৰি আনি দিবি মোক। মানে জাগে মই অন্ন দিবো তোক। কেনে মৌলিক বাস্তবতাপূৰ্ণ আৰু মনোবিজ্ঞানসম্মত প্ৰাঞ্জল বৰ্ণনা! ইফালে অসমীয়া জাতীয়তাও লগে লগে ইয়াত কিদৰে প্ৰতিফলিত হৈ উঠিছে। এনে ঘৰুৱা ভাব-ভঙ্গি বাবেই বাম সঘস্বতীৰ “পশুই কথা কহ কালিৰ চৱাল” আদি অনেক পদ ঘৰুৱা প্ৰবচনত পৰিণত হৈ পৰিছে, ইমান সৰবৰহী তেওঁৰ ৰচনা! সি যি হওক, ইমানৰ মূৰততা কিন্তু ঘাই কথাৰ আঁতভাল এৰি নিদি শেষবাৰ পাৰ্বতীক কলে, “ন্তীমে বোলে আই তেৱে এই কথা হোক। পাছ কালে গোইবাক নোৱাৰিবা মোক। পাৰ্ব্বতীৰ এই বাৰ মৌন-সম্মতি লৈহে ভীম ক্ষাস্তু হল। তাৰ পাছত আহিল গৰু ৰগৰ অভিনয়। তিনটি লৈয়ন গৰখীয়া আৰু এটি মাত্ৰ বলদ। গৰু নি পৰ্বত্ৰ দাতিৰ ছাবিত এৰি দি "ভীমে বোলে বৃষ তই থাক ইথানত। ফল-মূল খাই আমি আসো পৰ্বতত। নইৰি দূৰক তই থাক এছি ঠাই। গলে (১-চুঙ্গ ভাঙ্গি মাখিবো কোবাই।* এইদৰে শিয়াল কানতে মন্তৰ ভাৰ দি তিনিও আঁতৰিল, আৰু তীমৰ হাক দুবুজি নতুন ঘাঁহৰ লোভত গৰু যত দূৰ পালেগৈ; সব কি,“বিশ্বামিত্ৰ ঋষিৰ অশ্ৰম যৈতে আছে। লুৰুকা বৃষভ 'তাত পশিলেক পাছে॥” আশ্ৰমত ঋষিয়ে অতি যদ্বেবে ‘পৰম সুস্বাদু মধুবন” ৰুই থৈছিল, গৰুটোৱে হেঙাৰ ভাঙি মধুবন থাই-পছকি তেনেই।