পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

উছগা “স্বদেশ আৰু প্ৰজাতিৰ উন্নতিৰ মঙ্গল মৰিসিংহ দুৱাৰমাতৃভাষাৰ সিংহপুৰুষ; “অসমীয়া জাতিৰ উন্নতিৰ প্ৰথম ঢাপ” বুলি বৰ্তমান সাহিত্যৰ ওখ গড় বান্ধো; অনুপম বৈল্প সাহিত্যৰ ৰত্ন-ভাণ্ডাৰৰ পৱিত্ৰ “ছিছে ফাক” মন্ত্ৰ উচ্চাৰোঁতা; “আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম” বুলি মৰা-মুজা অতিব মুখত সঞ্জীৱনী ঢালো =1; অবিশ্বাসত বিশ্বাস আৰু নিশাত আশাৰ পোহব-বিলাওঁতা; নাটক, উপাস, হাঁহি, সাধু, গীত, কবিতা, সম- লোচনা আদি সদৌ বিভাগতে লখিমী- হাত বুলাই ঠন ধৰাওঁতা; “ৰাহীৰ” সুৰেৰে অসমীয়াৰ প্ৰণয়-যমুনা বাউলী কৰোতা, শক্তি অধিনায়ক ন লক্ষীনাথ বেজবৰুৱাৰ পুত সোঁৱৰণত