“তোক দেখি নাতিনী মো পাইলো উল্লাসে।
কৰসি ধামালী বলে ধৰিবাক মোৰে॥” (নৌকাখণ্ড)
ৰাজাৰ কোঁৱৰী ভৈলি আইহনেৰ বাণী।
ডাক দেওঁ মোএঁ সৱ গোৱালিনী সহী॥"
“ভাব লএ উলটিআঁ চন্দ্ৰাৱলী হাসে।
উলট উলটি ৰাধা কাহ্ন পানে চাহে॥” (ভাবখণ্ড)
“বড়াব বহুআৰী আন্ধে বড়াৰ ঝিআৰী।
ফুল ছুৰী বাদ আহ্মে সহিতে নাপাৰি॥”
“আপন আপন বহু হাটক পাঠায়িব।
তোহ্মাৰ ঘৰত অন্ন পানি নাখাইব॥” (বৃন্দাবনখণ্ড)
“চিৰকাল জীউ পুত্ৰ গদাধৰ মোৰে।”
‘মামী মামী বুলিতে অধিকে বল কৰে॥’’
“সহ্মে যৱে আসি মোক লই যাব ধৰী।”
“সাগৰক গেলা সৱে পৰিজনে মেলী।” (যমুনাখণ্ড)
‘তাৰ বোল পালিলোঁ বহিলোঁ দধি ভাৰ।”
“গুআ পাণ দিআ দূতী পাঠায়িলোঁ তোৰে।"
“কি কাৰণে ৰাধাৰ হিআত দিলেোঁ ঘাঅ।”
“উপজিল ৰস মোক মাইল ফুল বাণে।” (বালখণ্ড )
‘পাখি নহোঁ তাৰ ঠাই উড়ী পড়ি যাওঁ।”
“গলাত পাথৰ বান্ধি দছে পইসওঁ।”
“কাহাঞি লইকা বান্তি পোহাখিবো।
কাহ্নাঞি লইআ ৰাতিঞ পোহায়িবোঁ
কাহ্ন আলিঙ্গিয়া সকল দেহ জুড়ায়িবোঁ॥” (বংশীখণ্ড)
"যশোদাৰ পো নাখাইলো কাহ্নৰ গুৱা পাণে।”
“শিশু লইয়া বাটে হাটে হৰিয়ে বুলে।”
“নাশুনিলোঁ তাৰ বোল লআ জাইতে পানী।”
“বুলিল অবোল ৰাধা তেজহ ধামালী।” (বিৰহখণ্ড)
এই “প্ৰাচীন বাঙ্গালা’’ ভাষাৰ আন নাম যে “অসমীয়া” তাত এতিয়া কাৰো খুকুৰি থাকিব নোৱাৰে। কিন্তু সাহিত্য স্বৰূপে ই আন যি হওক