সমললৈ যাওক

পৃষ্ঠা:অসমীয়া লৰাৰ দ্বিতীয় শিক্ষা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 10 দ্বিতীয় শিক্ষা। ঞ্চ 15 33 AQ 193 ছ ge ঝ অঙ্ক শঙ্খ সঙ্গ পঞ্চ ইচ্ছা যাজ্ঞা বাঞ্ছা আঞ্জা উচ্চ জ্ঞানী সজ্জন ঝঞ্চনা সাঙ্ঘাতিক কুজ্বটি কা মন দি অঙ্ক শিকিব!। জ্ঞানী জনৰ কথা শুনিবা। সকলোৰে শুভ বাঞ্ছা কৰিবা। সজ্জনৰ সঙ্গত ফুৰিবা। হিমালয়তকৈ উচ্চ গিৰি নাই। ইচ্ছা কৰিলে বাটো ওলায়। হাইজা বা মাউৰ বৰ সাঙ্ঘাতিক ৰোগ শঙ্খ এবিধ সাগৰৰ শামুক। খাৰৰ আঞ্জ। পেটলৈ ভাল। নাকত ঝঞ্ঝনাই ধৰে। কেচা মূলা চোবালে হেলঞ্চী শাক পানীত গজে। যাজ্ঞা কৰিলে মান নাথাকে।