সমললৈ যাওক

পৃষ্ঠা:অসমীয়া লৰাৰ দ্বিতীয় শিক্ষা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় শিক্ষা। দুষ্ক্ৰিয়া বা বেয়া কাম কৰা মানুহৰ উত্পতি নহয়। দুষ্ক্ৰিয়া কৰিলে স্বাস্থ্যও ভালে নাথাকে। ধৃতৰাষ্ট্ৰ জন্মান্ধ আছিল। নিষ্প্ৰয়োজনত বা অনাহকত সময় নষ্ট নকৰিবা। বেদ, বাইবেল আৰু কোৰাণ এই তিনিওখন ধৰ্ম্ম শাস্ত্ৰ। V' I' নাতা ৰ, দ্‌ ১৮ পাঠ। চাৰি আখ্ৰীয়া সংযোগী আখৰ। 16 M ৰ, ব, ব যে ব্য মৰ্ত্ত, ধৰ্ত্তব্য। ঊৰ্দ্ধ। ঔৰ্ব্ব্য। দিশ দহোটা। উত্তৰ, দক্ষিণ, পূৰ্ব, পশ্চিম, ঈশান, অগ্নি, নৈঋত, ব'য়ু, ঊৰ্দ্ধ আৰু অধঃ। স্বৰ্গ, মৰ্ত্ত, আক পাতালক ত্ৰৈলোক্য বোলে। ঔ্য মুনি আছিল৷ শুনা কথা ধৰ্ত্তব্য নহয়। নামেৰে এজন