সমললৈ যাওক

পৃষ্ঠা:অসমীয়া লৰাৰ দ্বিতীয় শিক্ষা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

22 দ্বিতীয় শিক্ষা। গুৱহাটিৰ ওচৰতে নৱগ্ৰহ। নৱগ্ৰহত এটা গহ্বৰ আছে। গহ্বটোৰ ওচৰতে এজোপা বিল্ব বা বেল গছ আছে। সাগৰৰ মাজত দ্বীপ আছে। দ্বীপ বোৰত বৰ কুঁৱলী হয়। কুঁৱলী হলে দিগ্বিদিক চিনিব নোৱাৰি। পৰৰ দোষ অন্বেষণ কৰা অযুগুত। নীচ স্বভাৱৰ মানুহবোৰেহে পৰৰ দোষ খুঁচৰি ফুৰে। ১৩ পাঠ। ণ ফলা। ষ হ = (9-a) ণ ন্ন বিষণ্ন, বিষণ্ণতা। ণ ষ্ণ তৃষ্ণা, বিষ্ণু, কৃষ্ণপক্ষ। ণ হু অপৰাহ্ণ। বিপদত বিষণ্ণ নহবা। অপৰাহুক আমি আবেলি বোলোঁ। পক্ষ দুটা,—কৃষ্ণপক্ষ আৰু শুক্লপক্ষ।