এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
20 দ্বিতীয় শিক্ষা। দুৰ্য্যোধন নামেৰে এজন ৰজা আছিল। তেওঁ বৰ দৰ্প বা অহঙ্কাৰ কৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁৰ দৰ্প সমূলঞ্চে খৰ্ব্ব হৈছিল। বিপদত বিমৰ্ষ নহবা। আজি কৰিব পৰা কাম কালিলৈ বা পশু ইলে কৰিম বুলি পেলাই নথবা কৰ্ম্ম বা কাম কৰিলেহে ধনী হবা। আদৰ নাই। নিৰ্ধনীৰ কতো ৰদৰ বাট ফফ ৰীয়া | ভুভুৰীয়া মাটিত শস্য হয়। বৰ্হমথুৰী তামোলৰ লগত খোৱা এবিধ গছৰ থোৰ। ১২ পাঠ। ৰেফ লগ লাগিলে চ, ছ,, ত, দ, ব্, আৰু ম, এই কেইটা আখৰ দুটা হয়। ছ. দুটা হলে আগৰ ‘ছ’টো ।। চ হয়।