সমললৈ যাওক

পৃষ্ঠা:অসমীয়া লৰাৰ দ্বিতীয় শিক্ষা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 দ্বিতীয় শিক্ষা। ১৫ সাধ্য অনুসৰি পৰৰ উপকাৰ কৰিবা। উপকাৰৰ সমান পুণ্য নাই। সময় অমূল্য ধন। এনে সময়ক অবাবত ব্যয় নকৰিবা। বোকা ভৰিৰে শয্যাত নুঠিবা। কলিকাতা এখন ৰম্য পুৰি। অতিথিক অভ্যাগত বোলে। বৈশ্য নামেৰে এজাতি মানুহ আছে। সাৰ দিলেহে শস্য হয়। হাচেন হুচেন কোন বাৰু? হাচেন হুচেন দুয়ো মোহাম্মদৰ জীয়েকৰ পুতেক। পাপিষ্ঠ এজিদে হাচে- নক বিহু খুৱাই মাৰিলে, আৰু অন্যায় যুদ্ধ কৰি হুচেনকো বধ কৰিলে।