এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ক্য ক্য দ্বিতীয় শিক্ষা। য ফলা (4-5)1 য ঠ্য যখ্য ড য ড্য গয় গ্য ঢ যঢ্য চয চ্য য ণ্য জয জ্য টয যত্য থ য থ্য য ছ্য বাক্য মুখ্য ভাগ্য পাঠ্য আঢ্য পুণ্য মৃত্যু জাড্য বাচ্য ভাজ্য নাট্য সত্য অপথ্য ১৩ অকাট্য অৰণ্য নৈবেদ্য সজ বাক্য মনত ৰাখিবা। অবাচ্য মাত নামাতিবা। সত্য কথা কবলৈ ভয় নকৰিবা। নৰিয়া হলে অপথ্য নাখাবা। বৈদ্যক আমি বেজ বোলোঁ। তুমি উপখ্যান শুনিছানে? সাধু কথাকে উপাখ্যান বোলে।