সমললৈ যাওক

পৃষ্ঠা:অসমীয়া লৰাৰ দ্বিতীয় শিক্ষা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় শিক্ষা। সোণ, ৰূপ, লো, তাম, ৰাং, সীহ, পাৰা আৰু দস্ত৷ নামেৰে আঠোটা ধাতু আছে। প্ৰহলাদ নাম শুনিছা নে? তেওঁ এজন বৰ ভক্ত আছিল। স্পষ্টকৈ কথা কৰা। দুখ কৰিলেহে পুৰস্কাৰ পাবা। অসুস্থ হলে ঔষধ খাবা। চোৰক তস্কৰ বোলে। ৭ পাঠ। অৰণ্যত বাঘ।