এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দ্বিতীয় শিক্ষা। ষ ফ ফ উল্কা পুষ্প ভগ্না দুষ্ট নিশ্চয় নিষ্ঠ,ৰ নিষ্কৰ গল্পতা অশ্লীল উল্লেখ নিষ্ফল পল্টন শিৰশ্ছেদ অশোকাষ্টমী দুষ্টৰ লগত লুফুৰিবা। দুষ্টৰ লগত ফুৰিলে, নিশ্চয় ঘাটি খাবা | ভল্গ। আৰু ফন্তু নামেৰে দুখন নৈ আছে। ফল্গু নৈৰ পাৰত গয়া নগৰ! পুষ্পক আমি ফুল বোলোঁ। আমাৰ ৰজাৰ ফৌজক পল্টন বোলে। গল্পতা এবিধ অলঙ্কাৰ। উল্কাৰ পোহৰ আকাশত ওলায়। পশ্চিম ফালে বেলি মাৰ যায়। মল্লিকা ফুল দেখিছা নে? ই এবিধ সুগন্ধি বগা "ফুল।