পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫৬ ]

 (।) এই চিনৰ নাম দাড়ি; এইটো চিহ্ন থাকিলে শ্বাসটো এৰিব লাগে।

 ? এই চিহ্ন থাকিলে সোধা বুঝায়, সেই দেখি। ইয়াক প্ৰশ্নসূচক চিহ্ন বোলে। এই চিহ্নৰ উদাহৰণ যেনে; নেযাৱ নে? ক’ত আছে? জানো।

 ! ইয়াকে সম্বোধন আরু বিস্ময়ৰ চিন বোলে। বিস্ময়ৰ উদাহৰণ যেনে, জাঠিৰেই হাতীটো মাৰিলনে! ইয়াৰ দুটা বা তিনটা থাকিলে অৰ্থাৎ!! বা!!! এই দৰে থাকিলে বৰ বিস্ময় বুঝাব।


অসমীয়া ল'ৰাৰ ব্যাকৰণ (page 60 crop)
অসমীয়া ল'ৰাৰ ব্যাকৰণ (page 60 crop)